যৌনতা : মেৰীলিন দত্ত

বুকুত দুটি জোন লৈ জি এছ ৰোডত কোন তই ৰূপহী চঞ্চলা
ক’লেও নুবুজ তই
জোনাকী পৰুৱা খেদি ভালপোৱা মই কামুক গাঁৱৰ ল’ৰা।
প্ৰেমৰ হাবিয়নি ভাঙি আজি আৱিষ্কাৰ কৰিম তোৰ গুপুত পুখুৰী
পুঙাৰ অবয়ব শৰীৰ
ইপাৰ সিপাৰ নমনি
সঘন উঠা নমা।
তোৰ ওঁঠত যৌনতাৰ আদিপাঠ
শৰীৰে শৰীৰক ঠেকেছে ওৰে নিশা
কলাফুলৰ শব্দৰ তালে তালে মাতাল জিলিবোৰে নাচে
তই কেতিয়াবা দেখিছেনে বাঢ়নী পানীত পৰুৱাৰ দশা
ধাৰা ৩৭৭ত অভিযুক্ত মই এজন নপুংসক অসমীয়া ডেকা!
 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
11 years ago

ninoke emen tulunga kari kabita likhile val nalage….aapuni nijoke deka buli kaok, gaon lora aau asomiya deka buli nakaba next time

Copying is Prohibited!