লিমাৰিক (অভিজিৎ কলিতা)

(১)

থেলাখন চলাই খায় দুবেলা দুমুঠি,
অসম বন্ধ হৈ গলে তাৰো পৰে ইতি,
কেচুৱাৰ পেটত ভোক
মুল্যবৃদ্ধিৰ চেলাপতি জোক
(তথাপিও) দেশপ্ৰেমৰ বজাৰত ভাল হয় বিক্ৰী|

(২)

কেকোৰাৰ দেশ এখন অতি পিচপৰা
ওপৰলে এটা উঠিলে টান মাৰি ধৰা
দেশ যাওক জহন্নামে
মোৰ ইগ’ থাকে মানে
মইহে চব জানো , বাকীবোৰক এৰা|

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!