লিমাৰিক (পৰাণজ্যোতি ভূঞা)

কম্পিউটাৰ খুলি ল’লো, প্লেটত লৈ এথাল পকৰা
মাউচ চলাই চলাই, হাত মোৰ হল যে অঁকৰা
মূৰত সোমাল এটা পোক
নাম হল তাৰ ফেচবুক
প্ৰেমিকা মোৰ হৈ পৰিছে – ” অসমীয়াত কথা বতৰা ” ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!