লোকসেৱা আয়োগৰ পৰীক্ষাত সফল সত্যকাম দত্ত

“কৃতিত্ব”


১) অসমীয়াত কথা-বতৰা গোটৰ সদস্য তথা অন্যতম প্ৰশাসক শ্ৰীমান সত্যকাম দত্তই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) তত্ত্বাৱধানত অনুষ্ঠিত ২০১২ বৰ্ষৰ সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ সৰ্ববৃহত প্ৰতিযোগীতামূলক পৰীক্ষাত ৫৩৫নং স্থানত উত্তীৰ্ণ হৈ সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শ্ৰী দত্ত ধেমাজি চাৰিআলিৰ নতুন নগৰ নিৱাসী, ষ্টেটফেদৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক শ্ৰীযুত লক্ষেশ্বৰ দত্ত আৰু শ্ৰীমতী নিজৰা দত্তৰ জ্যেষ্ঠ পুত্ৰ | উল্লেখযোগ্য যে শ্ৰী সত্যকাম দত্তই অসমীয়া সাহিত্যক মূল বিষয় হিচাপে লৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল |
http://in.linkedin.com/in/satyakamdutta

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!