শংকা (Anais Nin-ৰ Risk নামৰ কবিতাটোৰ মুকলি অনুবাদ) (পংকজ বৰা)

শংকা
(Anais Nin-ৰ Risk নামৰ কবিতাটোৰ মুকলি অনুবাদ)
পংকজ বৰা

অৱশেষত সেই দিন আহিল,
গেজেপা মৰা চুপহিৰ মাজৰ
শ্বাসৰুদ্ধ সময়বোৰ যেতিয়াই তাৰবাবে
বাহিৰৰ শংকাতকৈও
অধিক যন্ত্ৰণাকাতৰ হৈ পৰিছিল
তেতিয়াই ভয় আৰু শংকাৰ প্ৰাচীৰ ওফোৰাই
সি ফুলি উঠাৰ
সাহস গোটাই পেলালে
*******************

মূল: Risk
– Anais Nin (১৯০৩-১৯৭৭ )

And then the day came,
when the risk
to remain tight
in a bud
was more painful
than the risk
it took
to Blossom.
————–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!