শইচ (- ৰসানন্দ গগৈ )

মৃত্যু !

তুমিয়ে পৃথিৱীৰ

আচল পথিক নেকি,

যি এন্ধাৰতো

নেহেৰুৱায় বাট ?

সত্য হেনো

চকুপানীহে,

জন্মতো

মৃত্যুতো !!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!