কবিতা শামুক (মিতালী বৰ্মন) June 15, 2012 0 Comments এখন সাগৰৰ দুষ্যন্ত প্ৰেমত মই শকুন্তলা তোমাৰ দুবাহুৰ অগ্নিগড়ত ঊষা হ’ব বিচাৰোঁ মই অথচ মোৰেই স্বপ্নেৰে আশাৰ পাল তৰা এজাক মানুহ মোৰ মাজতেই সিহঁতে বিচাৰে সুখৰ এচমকা উৰ্মিলা হাঁহি!! —–**—–