শিল্প-ভাষ্কৰ্য্য (পল্লৱী জীতেন শৰ্মা)

পল্লৱী জীতেন শৰ্মা, বৰোদাৰ এম এচ বিশ্ববিদ্যালয়ৰ পৰা পৰা ভিজুৱেল আৰ্টচ বিষয়ত সুখ্যাতিৰে স্নাতোকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমান বাংগালুৰুৰ গ্ৰীণউড হাই ইন্টাৰনেচনেল বিদ্যালয়ত আৰ্ট আৰু ক্ৰাফ্ট শিক্ষক হিচাপে নিযুক্ত।

অসমৰ বতাহে বৰষুনে উৰি ফুৰা বিভিন্ন পোক পৰুৱা, জিয়াঁ, কুমটি, পখিলা, মকৰা ইত্যাদিৰ ছবি আঁকি পেলোৱাই যেন তেওঁৰ নিচা। এইবাৰৰ সাহিত্যত তেওঁৰেই কেইটামান সৃষ্টি:

“Basic-Instinct”

 

“Bliss in the absence of thought”

 

“The Darkness Within”

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!