শ্ৰব্য নাট: টেটোন তামুলী

অসমীয়াত কথা-বতৰা ফে’চবুক গোট ( https://www.facebook.com/groups/axomiyakothabotora/ )ৰ উদ্যোগত আৰু এখনি শ্ৰৱ্য নাটক টেটোন তামুলী৷

এই নাট্য-পাঠ ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ যোগেদি ‘সামূহিক স্বেচ্ছামূলক অৱদানে’ৰে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়োৱা হৈছে। এইখন মূল নাটকখনৰ শ্ৰাৱ্য ৰূপ হে, ঠিক শ্ৰাৱ্য নাটক পাঠৰ সুবিধাৰ বাবে আটাইখিনি একেলগে গোটাই লোৱা হৈছে।মূল কিতাপখনৰ শ্ৰাৱ্য ৰূপ এটি প্ৰস্তুত কৰাটোহে এই প্ৰকল্পৰ মূল উদ্দেশ্য। এই কৰ্মক আপুনি সম্পূৰ্ণ আৰু অপৰিৱৰ্তিত ৰূপত যিকোনো মাধ্যমত বিতৰণ কৰিব পাৰে। কিন্তু আগতীয়া অনুমতি অবিহনে এই প্ৰকল্পৰ কোনো অংশক আপুনি মূল প্ৰযোজনাৰপৰা নিলগাই ব্যৱহাৰ কৰিব নোৱাৰিব। ইণ্টাৰনেটৰ বাহিৰে অইন মাধ্যমত ইয়াক বিতৰণ কৰিব খুজিলে, আপুনি ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটত এবাৰ জাননী দি থ’লে আমি বাধিত হ’ম, যদিও সেইটো বাধ্যতামূলক নহয়।

আঁত ধৰোতা: ইন্দুকল্প শইকীয়া

চৰিত্ৰ ৰূপায়নত:

প্ৰথম অঙ্কঃ
টেটোনঃ প্ৰদ্যুৎজ্যোতি শইকীয়া
ধনাইঃ ভগৎলাল দত্ত
মনাইঃ প্ৰতিম প্ৰতাপ বৰুৱা
চম্পাঃ ভণিতা নাথ
ৰংদৈঃ মিতালী বৰ্মন

দ্বিতীয় অঙ্কঃ
টেটোনঃ প্ৰদ্যুৎজ্যোতি শইকীয়া
১ম চোৰঃ মনোজ মন
২য় চোৰঃ গুৰুগোবিন্দ বৰতামূলী
গৃহস্থঃ কৌশিক বৰা
শোৱা-খোটালিৰপৰাঃ মিতালী বৰ্মন
হালোৱাঃ মঞ্জিল কোঁৱৰ
পোহাৰীঃ মাধুৰিমা ঘৰফলীয়া

তৃত্বীয় অঙ্কঃ
ৰজাঃ জ্যোতিপ্ৰকাশ নাথ
ফুকনঃ স্যামন্ত কু. গোস্বামী
টেটোনঃ প্ৰদ্যুৎজ্যোতি শইকীয়া
গৃহস্থঃ কৌশিক বৰা
হালোৱাঃ মঞ্জিল কোঁৱৰ
পোহাৰীঃ মাধুৰিমা ঘৰফলীয়া
২য় হাটৰুৱাঃ উদ্দীপ তালুকদাৰ
১ম হাটৰুৱাঃপংকজ বৰা

চতুৰ্থ অঙ্কঃ
চম্পাঃ ভণিতা নাথ
ৰংদৈঃ মিতালী বৰ্মন
টেটোনঃ প্ৰদ্যুৎজ্যোতি শইকীয়া
ৰজাঃ জ্যোতিপ্ৰকাশ নাথ
ফুকনঃ স্যামন্ত কু. গোস্বামী

পঞ্চম অঙ্কঃ
গঞানীঃ বৰ্ণালী দেউৰী
ৰংদৈঃ মিতালী বৰ্মন
টেটোনঃ প্ৰদ্যুৎজ্যোতি শইকীয়া
চম্পাঃ ভনিতা নাথ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!