শৰতৰ আগমন (দীপকমল গগৈ)

খিৰিকিৰ ফাঁকেৰে শৰতৰ আকাশ
তিৰবিৰাই থকা জোনাকী পৰুৱাই
আন্ধাৰৰ আঁচল খহাই
নমাইছে পোহৰৰ প্ৰহেলিকা।

গাভৰু আকাশখনেও
ডাৱৰৰ আঁচল মেৰিয়াই
ৰোহঘৰত লুকাইছে,
গাভৰু আকাশৰ দেহত
শুভ্ৰ শেৱালিৰ উষ্ণ সুৱাস।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!