শৰৎ

-মিতালী বর্মন

 

শৰৎ— তুমি বিলাই যোৱা

শাৰদী জোনাক

তাতেই ৰচিব

মধুচন্দ্রিকা

আমাৰ হেঁপাহবোৰে

সুৰুয উঠাৰ আগতে…

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!