সংখ্যাটোৰ আঁৰত – নাজিফ হাজৰিকা
’সাহিত্য ডট অৰ্গ’ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব পোৱাৰ পিছৰে পৰা ’ অসমীয়াত কথা বতৰা ’ গোটৰ সদস্যবৃন্দ আৰু ’সাহিত্য ডট অৰ্গ’ ৰ পাঠকসমাজৰ পৰা সহযোগিতা আৰু আশীষ লাভ কৰি আহিছোঁ৷
এই সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত মোক সকলো সময়তে বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা দাদা-বাইদেউসকল হৈছে ক্ৰমে – জ্যোতিৰূপম দত্ত, মৃদুল কুমাৰ শৰ্মা, হিতেশ্বৰ শৰ্মা, ৰূপাঙ্কৰ চৌধুৰী, ৰাজশ্ৰী ধনদিয়া,মিতালী বৰ্মন আৰু উৎপলা কৌৰ৷ এইসুযোগতে এওঁলোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
লগতে মোৰ প্ৰতিজন শুভাকাংক্ষী, ’অসমীয়াত কথা বতৰা ’ গোটৰ সদস্যবৃন্দ আৰু ’সাহিত্য ডট অৰ্গ’ৰ সমূহ পঢ়োঁৱৈক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷ ■■
নাজিফ হাজৰিকা
সম্পাদক,
সাহিত্য ডট অৰ্গ
সপ্তম বৰ্ষ, অষ্টম সংখ্যা৷