স্তৱক (- চন্দ্ৰমা কলিতা )

তুমি অহাবাটেৰেই উভতি যোৱাৰে পৰা
কবিতাবোৰ বিষাদৰ স্তৱক মাথোঁ হৈ থাকিল ।
খহি পৰা সপোনবোৰৰ মৃতদেহবোৰ সাবটি
এতিয়া জানো বুকুত ঠাই দিব পাৰি শব্দৰ অমৃতানুভূতিক ?

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!