ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ৰাজনীতিত নবীন ! -(ডাঃ ভুপেন্দ্ৰ শইকীয়া)

ৰাজনীতিত নবীন !

-ডাঃ ভুপেন্দ্ৰ শইকীয়া

 

 

 

 

 

 

 

 

নবীনৰ বুৰঞ্জীৰ পৰীক্ষা বেয়া হ’ল – কাৰণ প্ৰায়বিলাক প্ৰশ্নই নবীনৰ জন্মৰ আগৰ কালছোৱাৰ আছিল !

* নবীনে কিন্তু অসমৰ মন্ত্ৰী হোৱাৰ যোগ্যতা আৰ্জিছেই – কাৰণ কনকলতা, কুশল কোঁৱৰ কি ক’ত সি একো নাজানে !

নবীনে নিৰ্বাচনত জিকি সংসদীয় সচিবৰূপে শপত ললে ৷

এখন মিটিঙত প্ৰথম ভাষণ শুনি ৰাইজে বেচ টিটকাৰি দিলে ৷

ঘূৰি আহি চেক্ৰেটৰীক ধৰিলেহি – কিয় ইমান দীঘল ভাষণ লিখিছিলা ৷

চেক্ৰেটৰীয়ে কলে – চাৰ ভাষণটোৰ তিনিওটা কপিয়েই আপুনি লগলগাই লৈ গ’ল !

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
11 years ago

আপোনালোকৰ সত্ প্ৰচেষ্ঠাৰলৈ শুভেচ্ছা থাকিল

Copying is Prohibited!