কবিতা ৰাজনীতি (যোগেন তামুলী) April 16, 2015 0 Comments ওচৰ চাপি নাহিবি তই মোৰ দেওলগা হাত বৰষুণে মাটি নুচোৱা বতৰ তোৰ আছেনো কোন ? যাক চাই পাহৰিবি মোক ।