‎বাঁহী

-ৰসানন্দ গগৈ
 উভতি চালেই চকুলো সৰে
 ধাৰাসাৰে,
 হেঁপাহৰ টুকুৰাবোৰ
 সিঁচৰতি হৈ পৰি আছে অ'ত-ত'ত,
 কুচিমুচি জুপুকা লাগি আছে
 সোঁৱৰণি !
 মই উভতি গ'লেও
 এতিয়া তালৈ বহাগ জানো
 বিহুগীত হৈ আহিব !!
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!