অংক জংক পংক (দীপাংকৰ ভাগৱতী)

অংক জংক পংক: ১

১ X ৮ + ১= ৯
১২ X ৮ + ২ = ৯৮
১২৩ X ৮ + ৩ = ৯৮৭
১২৩৪ X ৮ + ৪ = ৯৮৭৬
১২৩৪৫ X ৮ + ৫ = ৯৮৭৬৫
১২৩৪৫৬ X ৮ + ৬ = ৯৮৭৬৫৪
১২৩৪৫৬৭ X ৮ + ৭ = ৯৮৭৬৫৪৩
১২৩৪৫৬৭৮ X৮ + ৮ = ৯৮৭৬৫৪৩২
১২৩৪৫৬৭৮৯ X৮ + ৯ = ৯৮৭৬৫৪৩২১

অংক জংক পংক: ২
১ X ৯ + ২ = ১১
১২ X ৯ + ৩ =১১১
১২৩ X ৯ + ৪ = ১১১১
১২৩৪ X ৯ + ৫ = ১১১১১
১২৩৪৫ X ৯ + ৬ =১১১১১১
১২৩৪৫৬ X ৯ + ৭ = ১১১১১১১
১২৩৪৫৬৭ X ৯ + ৮ = ১১১১১১১১
১২৩৪৫৬৭৮ X ৯ + ৯ = ১১১১১১১১১
১২৩৪৫৬৭৮৯ X ৯ + ১০ = ১১১১১১১১১১

অংক জংক পংক: ৩

১৩৮৩৭ X আপোনাৰ বয়স X ৭৩ =

কৰি চাওক চোন ????

অংক জংক পংক: ৪

১=২ হ’ব পাৰে নেকি ???

ধৰাহ’ল
অ=ক
=> ২অ =২ক
=> ২অ – অ = ২ক -অ
=> ২অ – অ = ২ক – ক (যিহেতু অ=ক)
=> ২অ – ২ক = অ – ক
=> ২ ( অ-ক ) = ১ ( অ- ক )
=> ২ =১

অংক জংক পংক: ৫

পূৰণৰ নেওতা মনত ৰাখিব বৰ কষ্ট | এটি পদ্ধতি আগবঢ়াইছো | আপুনি ২০X ২০ লৈ অনায়াসে পূৰণফল উলিয়াব পাৰিব |
১৮ X ১৬ = (১৮ + ৬) X ১০ + (৮ X ‍৬) = ২৪০ + ৪৮ = ২৮৮
(ডাঙৰ সংখ্যা + সৰু সংখ্যাৰ এককৰ ঘৰৰ সংখ্যা) X ১০ + ((ডাঙৰ সংখ্যাৰ এককৰ ঘৰৰ সংখ্যা X সৰু সংখ্যাৰ এককৰ ঘৰৰ সংখ্যা)

কৰি চাব চোন ৷

অংক জংক পংক: ৬
যিকোনো তিনিটা অংকৰ সংখ্যা X ৭X ১১X ১৩ =
কৰি চাওঁক চোন ….
উদাহৰণ : ৪৫৬ X ৭X ১১X ১৩ = ৪৫৬৪৫৬

অংক জংক পংক: ৭
যিকোনো দুটা অংকৰ সংখ্যা X ৩ X ৭X ১৩X ৩৭ =
কৰি চাওঁক চোন ….
উদাহৰণ : ৪৫X ৩ X ৭X ১৩X ৩৭ = ৪৫৪৫৪৫

অংক জংক পংক: ৮
যিকোনো পাঁচটা অংকৰ সংখ্যা X ১১X ৯০৯১=
কৰি চাওঁক চোন ….
উদাহৰণ : ৪৫৩৭১X ১১X ৯০৯১ = ৪৫৩৭১৮৫৩৭১

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!