অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ (বৰ্ণালী হাজৰিকা)

অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ (বন্ধনীৰ ভিতৰত বাৰাহাৰ key sequence লিখাআছে )


+ উ = গু গুৰ (gur)
+ উ = ৰু ৰুমাল (rumaal)
+ উ = শু শুভ (Subha)
+ উ = হু হুঁচৰি (hu~Mcari)
+ ঊ = ৰূ ৰূপ (rUpa)
+ = হৃ হৃদয় (hRuday)
+ = স্ক স্কুল (skul)
+ = ক্ক মক্কা (makkaa)
+ = ল্ক শুল্ক (Sulk)
+ = ষ্ক পৰিষ্কাৰ (pariShkaar)

স আৰু ষ ৰ লগত অন্য আখৰ যোগ হলে ইয়াৰ উচ্চাৰণ হয় |ভাস্কৰ, নমস্কাৰ, নিষ্কাম, আৱিষ্কাৰ
+ = ঙ্ক (~gk) অঙ্ক
+ = ঙ্খ (~gkh) শঙ্খ
+ = ঙ্গ (~gg) সঙ্গীত
+ = ঙ্ঘ (~ggh) লঙ্ঘন
+ = ঞ্চ (~jc) অঞ্চল
+ = শ্চ (Sc) নিশ্চয়
+ = চ্ছ (Cc) ইচ্ছা
+ = ঞ্ছ (~jC) লাঞ্ছনা
+ = শ্ছ (SC) শিৰশ্ছেদ
+ = ঞ্জ ( ~jj) অঞ্জলি
+ = জ্জ (jj) লজ্জা
+ = ব্জ (bj) কব্জা
+ = জ্ঞ (j~j) বিজ্ঞান

+ = ক্ট (Kt) ট্ৰেক্টৰ
+ = ণ্ট (NT) কণ্টক
+ = ল্ট (lT) বাল্টি
+ = ষ্ট (ShT) নষ্ট
+ = ণ্ড (ND) ঠাণ্ডা
+ = স্ত (st) ব্যস্ত
+ = ন্ত (nt) দন্ত
+ = ত্ত (tt) উত্তৰ
+ = প্ত (pt) উত্তপ্ত
+ = ক্ত (kt) ৰক্ত
+ = ব্দ (bd) শব্দ
+ = ন্দ (nd)আনন্দ
+ = দ্দ (dd) খদ্দৰ
+ = ন্ধ (ndh) কান্ধ
+ = ব্ধ (bdh) লব্ধ
+ = গ্ধ (gdh) স্নিগ্ধ
+ = দ্ধ (ddh) বৃদ্ধি
+ = গ্ন (gn) মগ্ন
+ = ন্ন (nn)অন্ন
+ = ত্ন (tn) যত্ন
+ = ঘ্ন (ghn) বিঘ্ন
+ = ম্ন (mn) নিম্ন
+ = হ্ন (hn) বহ্নি
+ = শ্ন (Sn) প্ৰশ্ন
+ = স্ন (sn) স্নেহ
+ = ম্ব (mb) চুম্বক
+ = ম্ভ (mbh) গম্ভীৰ
+ = দ্ভ (dbh) উদ্ভিদ
+ = ক্ম ( km) ৰুক্মিনী
+ = গ্ম ( gm) বাগ্মী
+ = ত্মআত্মা
+ = দ্ম (dm) পদ্ম
+ = ন্ম (nm) জন্ম
+ = ম্ম (mm) মহম্মদ
+ = ল্ম ( lm) বাল্মীকি
+ = শ্ম ( Sm) ৰশ্মি
+ = ষ্ম (Shm) গ্ৰীষ্ম
+ = স্ম ( sm) বিস্ময়
+ = হ্ম (hm) বাহ্মণ
+ = ক্য (kYo) বাক্য
+ = খ্য (khY) বিখ্যাত
+ = গ্য (gY) ভাগ্য
+ = জ্য (jY) ৰাজ্য
+ = ট্য (TY) নাট্য
+ = ঠ্য ( Thy) পাঠ্য
+ = ধ্য (dhY) বাধ্য
+ = ভ্য (bhY) অভ্যাস
+ = ল্য (lY) মূল্য
+ = গ্ৰ (gr) গ্ৰহ
+ = ঘ্ৰ ( ghr) ব্যাঘ্ৰ
+ = জ্ৰ (jr) বজ্ৰ
+ = ট্ৰ (Tr) ট্ৰাক
+ = দ্ৰ (dr) ভদ্ৰ
+ = ব্ৰ (br) ব্ৰত
+ = ম্ৰ (mr) নম্ৰ
+ = প্ৰ (pr) প্ৰতি
+ = হ্ৰ (hr) হ্ৰদ
+ = শ্ৰ (Sr) শ্ৰম
+ = স্ৰ (sr) সহস্ৰ

শ আৰু স ৰ লগত (ৰ)কাৰ যোগ হলে ইহঁতৰ উচ্চাৰণ হয়|

+ = ক্ৰ (kr) চক্ৰ
+ = ত্ৰ (tr) পাত্ৰ
+ = ভ্ৰ (bhr) ভ্ৰম
+ = ক্ল (kl) শুক্ল
+ = গ্ল (gl) গ্লানি
+ = প্ল (pl) বিপ্লৱ
+ = ল্ল (ll) দিল্লী
+ = ব্ল (bl) ব্লে
+ = ম্ল (ml) ম্লান
+ = হ্ল (hl) প্ৰহ্লাদ
+ = শ্ল (Sl) শ্লোক

ব্ৰ + = ব্ৰু (bru) ডিব্ৰুগড়
দ্ৰ + = দ্ৰু (dru) কদ্ৰু
ধ্ৰ + = ধ্ৰু (dhru) ধ্ৰুৱ
ক্ৰ + = ক্ৰু (kru) ক্ৰুদ্ধ
ত্ৰ + = ত্ৰু (tru) শত্ৰু
শ্ৰ + = শ্ৰূ (SrU) শুশ্ৰূষা
দ্ৰ + = দ্ৰূ (drU) বিদ্ৰূপ
ভ্ৰ + = ভ্ৰূ (bhrU) ভ্ৰূক্ষেপ

 

13 thoughts on “অসমীয়া বৰ্ণমালাৰ যুক্তাক্ষৰসমূহ (বৰ্ণালী হাজৰিকা)

  • November 3, 2019 at 7:53 am
    Permalink

    ধন্যবাদ

    Reply
  • February 29, 2020 at 8:09 pm
    Permalink

    ভ+ৰ+উ=ভ্ৰু এই যুক্তাক্ষৰটো অসমীয়াত নাই নেকি? যদি আছে ইয়াৰ প্ৰয়োগ হোৱা কেইটামান শব্দৰ উদাহৰণ দিব।

    Reply
  • March 14, 2020 at 8:26 pm
    Permalink

    ক + ন = ক্ন
    Word eta কওক

    Reply
  • June 19, 2020 at 8:02 pm
    Permalink

    ণ্ঢ যুক্ত কেইটামান শব্দ দিব৷

    Reply
    • December 23, 2021 at 10:11 am
      Permalink

      সণ্ঢালন

      Reply
    • December 23, 2021 at 10:08 am
      Permalink

      জ্ঞ জ্ঞানী

      Reply
  • November 25, 2020 at 8:01 pm
    Permalink

    শ্ন ৰে আৰু কেইটামান শব্দ দিব

    Reply
    • December 23, 2021 at 10:06 am
      Permalink

      প্রশ্নকাকত,শিশ্ন

      Reply
  • December 26, 2020 at 6:29 pm
    Permalink

    I m very glad that my tution sir gave me all this for sure he is a very good person

    mahanoynoy

    Reply
  • January 10, 2021 at 6:40 pm
    Permalink

    স্ৰূ Computer ত নোৱাৰিছো
    অলপ জনাব ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!