অসমীয়া ৱিকিপিডিয়া : প্ৰচাৰপত্ৰিকা :: আগষ্ট, ২০১৩

Emblem-readnews.svg

জুলাই/আগষ্ট, ২০১২অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

 

অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২৩০০ টালৈ বৃদ্ধি পালে। (২০ জুলাই, ২০১৩)

 

ভাল প্ৰবন্ধ

 

অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ

 

নিৰ্বাচিত চিত্ৰ

 

মৰণা মৰাৰ পাছত বা দিবলৈ ধানবোৰ বিশেষ কায়দাৰে বহলকৈ ছটিয়াই লোৱাৰ দৃশ্য। আলোকচিত্ৰশিল্পী: মিণ্টু বৰগোঁহাই

 

অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে ,
যাৰ সংস্কৰণ নং হৈছে 1.22wmf12 (786e03f)।
মুঠ প্ৰবন্ধ সংখ্যা 2,334টা।
মুঠ পৃষ্ঠা আছে 31,008 খন।
মুঠ সম্পাদনা কৰা হৈছে 1,24,998 বাৰ।
মুঠ 1,201টা ফাইল আপল’ড কৰা হৈছে।
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 7,293 জন,
সক্ৰিয় সদস্য 50 জন আৰু 4 জন প্ৰশাসক আছে।
এই তথ্যসমূহ 15 আগষ্ট, 2013 তাৰিখৰ 09:16 বজালৈ প্ৰযোজ্য।
শেহতীয়া তথ্য চাওক

 

অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
  • জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা “ৰূপহী” অসমীয়া ৱিকিউৎসত অনামিকা বৰুৱাই লিখি উলিয়াইছে।

 

সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
অনিমেষ বৰা ২১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
গীতাৰ্থ বৰদলৈ (প্ৰশাসক) ১০৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
দীপাংকৰ চেতিয়া ৮৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
ৰুমী বৰা ৪২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
ৰঞ্জিৎ শৰ্মা ২৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
যুগল চন্দ্ৰ বৰা ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )
জলি বৰা ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· চিত্ৰাংকিত সম্পাদনা তথ্য· গোলকীয় বৰঙনি )

 

প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ

 

অসমীয়া ৱিকিপিডিয়াৰ ফে’চবুক গোট https://www.facebook.com/groups/assamwikigroup/

অসমীয়া ৱিকিপিডিয়াৰ ফে’চবুক পৃষ্ঠা https://www.facebook.com/aswikipedia

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!