অ’ মৰমী লগৰী::ছাত্ৰাবাসৰ এডোখৰ (১৫)( -দিগন্তযাদৱ শৰ্মা)

(বিধিসন্মত সতৰ্কীকৰণ: সুৰাপান সুখ-শান্তিৰ পথৰ কন্টক বুলি অসংখ্যবাৰ প্ৰমাণিত হৈছে আৰু ই স্বাস্থ্যৰ বাবেও হানিকাৰক।)

: এয়াএইবাৰমঞ্চতহিল্লোলডেকাইআধুনিকগীতএটিআগবঢ়াব।
কিছুসময়ৰৈহিল্লোলকমঞ্চতপ্ৰৱেশনকৰাদেখিঘোষকেআকৌক’লে-
:হিল্লোলডেকা, আপুনিয’তেইআছেসোনকালেআহিমঞ্চতপ্ৰৱেশকৰিবলাগে।আপোনাৰগানৰশ্ৰোতাইআপোনাৰবাবে অপেক্ষাকৰিআছে।
নাই! হিল্লোলডেকাৰআবিৰ্ভাৱ নহয়েইদেখোন।লগৰআনএজনে ‘মাইক্ৰফোন’টোলৈপৰৱৰ্তীগৰাকীমাতিবলৈলওঁতেইহিল্লোলডেকাৰমঞ্চতআবিৰ্ভাৱ ঘটিল।
‘মাইক্ৰফোন’টোহাততলৈহিল্লোলমঞ্চৰসোঁমাজলৈআহিল।তাৰভাললাগিল।মঞ্চৰপ্ৰথমশাৰীতেভেষজবিদ্যাবিভাগৰমূৰব্বীঅধ্যাপকগগৈচাৰোবহিআছে।তাৰমনতপৰিলচাৰেযেতাকএদিনসকলোৰেআগতকৈছিল- ‘তইকোনোকামৰেযোগ্যনহয়।’ সিকমলাজপাইছিলনে? আজিএইবিদায়ক্ষণতসিতাৰহৃদয়ৰপৰানিগৰিঅহাকন্ঠৰেচাৰৰঅন্তৰজয়কৰিব।
: নমস্কাৰ।অলপপলমহোৱাৰবাবেক্ষমাবিচাৰিছোঁ।মইআমাৰসকলোৰেমৰমআৰুআদৰৰসন্মানীয়শিল্পীশ্ৰীযুতজিতুলসোণোৱালদেৱৰ ‘অ’ মৰমীলগৰী’ গীতটোগাবলৈলৈছোঁ।কিবাভুল-ভ্ৰান্তিহ’লেক্ষমাকৰিদিব।
অ’ মৰমীলগৰী, আছাবুকুজুৰি…
নাযাবাআঁতৰি…
চাইযোৱাহি… কিনোআছেমোৰহিয়াতে…
দূৰণিৰপৰা…
যাচিলোঁমৰম…
সঁচাকৈয়েহিল্লোলৰবৰসুন্দৰকন্ঠ! গীতটোশেষ হওঁ হওঁ হৈছিল।সকলোৱেথিয়হৈহাতচাপৰিৰেহিল্লোলকসম্বৰ্ধনাজনাবলৈসাজুহৈছিল।কিন্তুক’ৰবাতকিবাযেনএটাবিজুটিঘটিল।আকাশবাণীগুৱাহাটীকেন্দ্ৰৰকল্পতৰুতঅনুৰোধৰগীতএকোটাযেকেতিয়াবামাজেমাজেবাজিধৰে।একেটাগীতৰকলিয়েযেবাৰেবাৰেবাজিথাকে, তেনেকুৱাকৈ! হিল্লোলৰোতেনেকুৱাকিবাএবিধেই হ’ল।জনপ্ৰিয়গীত।প্ৰায়সকলোৰেমুখস্থ।তেনেস্থলতহিল্লোলৰদৰেগায়কএজনৰভুলহোৱাৰপ্ৰশ্নইনুঠে।
অ’ মৰমীলগৰী, আছাবুকুজুৰি… নাযাবাআঁতৰি…
অ’ মৰমীলগৰী, আছাবুকুজুৰি… নাযাবাআঁতৰি…
…এনেদৰেএকেটাশাৰীকেদহ-বাৰমানগোৱাৰপিছততাৰোকপালতঘামবিৰিঙিউঠাদেখাগ’ল।আটাইবোৰেঅবাকহৈতাৰমুখতদৃষ্টিনিবদ্ধকৰিৰাখিলে।সিগীতটোৰ শেষৰশাৰীটো১০-১২বাৰমানগোৱাৰপিছতমূৰটোতলমুৱাকৰিলে।ভৰিদুখনচোঁচোৰাইচোঁচোৰাইমঞ্চত্যাগকৰিবলৈওলাল।এনেলাগিলদুয়োখনভৰিযেনকোনোবাইবান্ধিহেথৈছিল! কোনোকোনোৱেহিল্লোলেতেনেকৰাৰনিজাববীয়াব্যাখ্যাকৰিবলৈধৰিলে।কোনোবাএজনেকোৱাশুনাগ’ল–হিল্লোলকঠিকবেমাৰীকাঙ্গাৰুএটাইখোজদিয়াৰদৰেলাগিছিল! কাঙ্গাৰুইজঁপিয়াইহেআগবাঢ়িযায়।

Parting Social, দুটাইংৰাজীশব্দৰেগঠিতদিলখুশকৰিদিয়াএটাঅনুষ্ঠান।পাঁচবছৰএকেলগেএকেখনমহাবিদ্যালয়তপঢ়িঅহাৰপিছতযেতিয়াএকেবাৰেএৰিযাবলগীয়াহয়,তেতিয়াভুক্তভোগীজনেহেজানেমনৰকিঅৱস্থাহয়।শেষষান্মাষিকৰসকলোছাত্ৰ-ছাত্ৰীকেছাত্ৰাবাসেছাত্ৰাবাসেনিমন্ত্ৰণদিয়াহয়।সেইটোকেকয় Parting Social।তেওঁলোককবিয়াৰদৰাৰদৰেআদৰাহয়।প্রতিটোছাত্ৰাবাসআৰুছাত্ৰীনিবাসতসৰু-সুৰাসাংস্কৃতিকঅনুষ্ঠানএকোটাৰোআয়োজনকৰাহয়।সদৌশেষতযিমানপাৰিভালকৈনৈশআহাৰৰব্যৱস্থাকৰাহয়।প্ৰতিবছৰেসকলোছাত্ৰাবাস-ছাত্ৰীবাসতেএনেআয়োজনকৰাহয়।ছাত্ৰীনিবাসতসততেপ্ৰৱেশৰকোনোঅনুমতিনথকাছাত্ৰসকলেছাত্ৰীনিবাসৰ Parting Socialৰদিনা ‘ডাইনিং-হল’ আৰু ‘কমনৰুম’ৰচুক-কোণবোৰভালদৰেচাইলয়।কিছুমানেহুমুনিয়াহকাঢ়ে ‘ছেহ! এতিয়াযাবৰবেলিকাহেএনেদৰেআদৰ-সাদৰকৰেনে?’ কাৰণ “পাৰ্টিং-চচিয়েল”ৰকেইদিনমানৰপিছতেইশেষষান্মাষিকৰপৰীক্ষাআৰম্ভহয়।ছোৱালীবোৰেসুন্দৰসুন্দৰপাট-মুগাৰসাজ-পাৰপিন্ধিআদৰিনিয়ে।আথে-বেথেবহুৱায়।হাতে-হাতেমিঠাই-কচুৰি-ভুজীয়াৰ প্লেটতুলিদিয়ে।পিছেপিছেচাহোআহে।কিযেমাদকতাভৰাপৰিবেশ।ইয়াৰপিছতসাংস্কৃতিকঅনুষ্ঠানআৰম্ভহয়।সেইছাত্ৰাবাসঅথবাছাত্ৰীনিবাসৰঅধীক্ষকজনৰ উপৰিওআনআনছাত্ৰাবাস-ছাত্ৰীনিবাসৰঅধীক্ষকসকলোউপস্থিতথাকে।প্ৰথমতেদুই-এজনেবক্তৃতাৰাখে।গাম্ভীৰ্যপূৰ্ণঅনুষ্ঠানটোঅৱশ্যেলাহেলাহেহাঁহি-ধেমালীৰপৰ্যায়পায়গৈ।চাৰ-বাইদেউসকলেওউপভোগকৰে।
তেনেএটাবছৰৰএটাছাত্ৰাবাসৰ Parting Socialৰকাহিনীএয়া।এনেবোৰঅনুষ্ঠানতদুইএজনঅত্যুৎসাহীয়েস্ফূৰ্তিপানীৰোব্যৱস্থাকৰে।অৱশ্যেএনেধৰণৰকাৰবাৰবোৰব্যক্তিগতউদ্যোগঅথবা ‘শ্বে’য়াৰ-চিস্টেম’তহেহয়।সেইদিনাখনোহিল্লোলেসৰুডিঙিৰস্ফূৰ্তি-পানীৰবটলএটাআনিছিল।তেনেকৈঅভ্যাসনাইযদিও Parting Socialৰউৎসাহতেইআনিছিল।অৱশ্যেবৰুণৰলগত ‘শ্বেয়াৰচিস্টেম’তহে! অনুষ্ঠানটোআৰম্ভহৈছিল।ইতিমধ্যেতাৰনামটোওঘোষণাকৰিছিল।বৰুণৰপৰাতাৰআধামূল্যনোপোৱাতসিসেইটোতাৰহাততদিথৈযাবলৈসন্দিহানহৈপৰিল।আনকোনোবিশ্বাসীনথকাতহিল্লোলেবটলটোকঁকালতেপেন্টৰভিতৰতসোমোৱাইথ’লে।ভালদৰেচাৰ্টটোঠিক-ঠাককৰিহেসিমঞ্চলৈআগবাঢ়িছিল।সেইবাবেহেতাৰদেৰী হৈছিল।কিন্তুতাৰভাগ্যইবেয়াআছিল।ঠিকগানটোশেষহোৱাৰসময়তেইস্ফূৰ্তি-পানীৰবটলটোপেন্টৰকঁকালৰপৰাসৰকিগৈভৰিৰতলপাইছিল।তাৰযেকিএকঅৱস্থাহৈছিল।এটাখোজদিলেইপেন্টৰভিতৰৰপৰাবটলটোসৰকিগ’লহেতেন! আৰুসন্মুখতচাৰসকলবহিআছেই! গতিকেবেচেৰাইকিকৰোঁ কি নকৰোঁ বুলিবুদ্ধিপাঙিথাকোঁতেইশেষশাৰীটোকেইবাবাৰোগালে।শেষতদুইভৰিৰেবটলটোচেপামাৰিকোনোমতেহেমঞ্চৰপৰা নামিআহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!