আটকুৰা সপোন – স্পন্দন অনুৰাগ বৰ্মন
(কোঁচ ৰাজবংশী সকলৰ মুখৰ ভাষাত এটি কবিতা )
আস্তে আস্তে এমুন এখান দুনীয়াৰ ফালে হাটি যায়া আছোং,
চতুৰপাকে শূণ্য
যেতে আবা আবা দিলেও ঘুৰি নাইসে জীৱন
কাৰ কথা ভাৱং
কি কথা ভাৱং
সংসাৰেৰ এই থেৰকা নাচন
উদাং উদাং আজি মন
জীৱন নামেৰ এই কঠিন খেলা
মুই আৰ না খেলাং
গোলাপী, থুক্কুমুক্কু দে
অথবা কঠিন সময় গুলা মোৰ থাকি ঘুৰি নে
ভাল সময় গুলা দিয়া মুই কবিতা লেখিম…