আনপ্লাগড্ ২১: আশিক জামান

কুলটা প্ৰজাপতিৰ পাখিৰ
খহি পৰা ৰামধেনুত
ডুব দিয়ে কলঙ্কিনী জোন
প্ৰেম
ৰাতি আৰু ৰতিৰ গল্পত বিভোৰ
আঁঠুৱাৰ খুঁটিত ওলমি থাকে
মৌন বিষাদ
হৃদয়
আজি
অন্ধ গলিত নির্বাসিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!