আপেক্ষিক ( মৃণাল পি জ্যোতি )

Aapexik

লোড শ্বেডিঙৰ সময়ত এদিন
চুই চাইছিলো নৈপৰীয়া ঘাট
তুমি মম এডাল জ্বলাই দিলা

অপাৰ হেঁপাহেৰে ভালপোৱা
উদ্ভাসিত হৈ ৰ’ল..

বুকুৰ বনৰীয়া সপোন এটা
গলি শেষ হ’ল!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!