এই সংখ্যাৰ আঁৰত:

সাহিত্য ডট অৰ্গৰ আহিন, ১৯৪১ শক /ছেপ্টেম্বৰ, ২০১৯ সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব সম্পাদনা সমিতিয়ে নিজৰ হাতত লৈছিল৷ সেইমৰ্মে সম্পাদনা সমিতিৰ কিছু সদস্যই শিতানসমূহৰ দায়িত্ব কান্ধ পাতি লৈছিল৷
বিভিন্ন শিতানৰ সম্পাদনাৰ দায়িত্বত আছিল:

গল্প: উৎপলা কৌৰ
ধাৰাবাহিক: মৌচুমী বৰি
প্ৰবন্ধ: ধ্ৰুৱজ্যোতি শৰ্মা
অনুবাদ, কবিতা, শিশু শিতান: মিতালী নাৰায়ণি
ৰহঘৰা: জ্যোতিৰূপম দত্ত
আখল, দৈনন্দিন, দেশে-বিদেশে: ডাঃ হিতেশ্বৰ শৰ্মা
ভিন্নস্বাদ: ৰূপাংকৰ চৌধুৰী
অনুভৱ: চাহিন জাফ্ৰি
বোলছবি: মৃদুল কুমাৰ শৰ্মা
পত্ৰ শিতান: ভাস্কৰজ্যোতি দাস, স্বাস্থ্য আৰু মন: ডা:কুমাৰ পাৰ্থ প্ৰতিম


সম্পাদকীয়: মিতালী নাৰায়ণি (সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ হৈ)
মূল পৃষ্ঠাৰ বেনাৰ আৰু অলংকৰণ: ডাঃ হিতেশ্বৰ শৰ্মা
সাক্ষাৎকাৰ গ্ৰহণ: খজেন ডেকা
কাৰিকৰী বিভাগত: ডাঃ হিতেশ্বৰ শৰ্মা, জ্যোতিৰূপম দত্ত, মৃদুল কুমাৰ শৰ্মা, মৌচুমী বৰি
কৃতজ্ঞতা: ৰাজশ্ৰী ধনদিয়া আৰু দীপজ্যোতি বৰা
বিশেষ কৃতজ্ঞতা: সাহিত্য ডট অৰ্গৰ সমূহ লিখক-লেখিকা, পঢ়ুৱৈ তথা শুভাকাংক্ষীসকল আৰু অসমীয়াত কথা-বতৰা গোটৰ সমূহ সদস্যবৃন্দ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!