টেলিব্রেণ্ডত ইউনিক’ড (মনজিৎ)

নিশা ১২ বজাৰ লগে লগে প্রায়বোৰ টিভি চেনেলতেই টেলিব্রেণ্ড নামৰ চ’ এটাইবাৰুকৈয়ে এটাই উপদ্রৱ চলায় । সেই শ্ব’ টোত এবাৰ আমাৰ সকলোৰে মৰমৰ নবীনক ইউনিক’ডৰ এদভাৰটাইজ কৰিবৰ বাবে নিমন্ত্রন জনালে । নবীন গ’ল আৰু সুন্দৰ প্রকাশ ভংগীৰে ফাটাফাটি উদাহৰণেৰে সকলো শ্রোতাদর্শকৰ মন মুহি আহিলে । সেই বিজ্ঞাপনটোৰ কিয়দাংশ মই আপোনালোকৰ আগত দাঙি ধৰিলো ।

নবীনৰ এহাতেসেই ৰহিমলা ভেবেলী সোণমাইহতলে বুলি তাহানিতে লিখা তামবৰণীয়া পুৰণি চিঠি , যি ভাঁজত থাকি থাকি ফুটা ওলাই উৱলি গৈছে আৰু আনখন হাতত ইউনিক’ডত টাইপ কৰিফটো চটো দি এডিট কৰি প্রিন্ট লোৱা আধুনিক চিঠি এখন লৈ আৰম্ভ কৰি গ’ল ।

পুৰণি চিঠিখন দেখুৱাই নবীনে ক’ব ধৰিলে:
” য়ে দেখিয়ে পেহেলে মেৰা হাতৰ আখৰ বহুত বহুত বহুত খাৰাব থাআআআ। মেৰে মনকি বাত কাগজ পে লিখনে কৌ ভি চৰম লগতা থাআআ । ফিৰ ভি হিম্মত কৰকে দৌ চাৰপ্রেমৰ কবিতা লিখকে হামনে ৰহিমলা ভেবেলি চব কৌ চিঠি দেকে দেখা থাআআআ ।লেকিন কাউৰী ঠেংঙীয়া আখৰ চে ভি বুৰা আখৰ হে বৌলকে দৌ তিন গালি মেৰে হি চিঠিকে পিছে লিখকে সিহত লৌগৌ নে মেৰেকৌ হি ঘুৰাই দিয়া থাআআ । দামী দামী পেনভি চেঞ্জ কৰকে দেখা । পৰ ৰিজা্ল্ট শুণ্য কা শুণ্য হি ৰাহা । মে বহুত পৰিচানহৌ গয়া থাআআ , কুছ ভি বুজি নেহী পা ৰাহা থা ।আখৰ কে বজে সে কই ভি লড়কীমেৰেলিয়ে পত্ নে কেলিয়ে ৰাজী নেহী হৌ ৰাহা থাআআ । কুৱাৰা হি ৰেহ জায়েংগেবোলা ডৰ এটা বুকু কৌ ধপধপোৱা ৰাহা থা ।

উসি টাইম মেৰে এক দৌষ্ট নেমুজে ইউনিক’ড কে বাৰে মে বতায়া । হাম নে তুৰন্ত হি উছ সজুলীকৌ দাউনলৌড কৰলিয়া । অউৰ দিনৰাত এক কৰ দিয়া, উচমে অসমীয়া লিখ নে কেলিয়ে । কুছ হি দেৰ মেমেনে আকাশ পাতাল পার্থক্য মেহসুচ কিয়া । কহা মেৰি কাউৰী ঠেংঙীয়া আখৰ অবচুটকী মে বাখৰ মুকুতা যেন হৌ গয়া (ইউনিক’ডত লিখা চিঠি খন দেখুৱাই)। হামকৌখুদ কি আখৌ পৰ ভি বিশ্বাস নাহী হৌ ৰাহা হে । বিনা পেন সে ভি ইতনা ফট ফটীয়াআখৰ লিখ সকতা হে ৱ’ লিখনে ৱালে হি জান সাকতা হে ।।সব সে আতচি বাত হে কিইচমে ইচপেলিং ভি সুধৰা সাকতে হে । আভি মেৰে দিল কে বাত কগজ পে, চিঞাহি সেনেহী দিল কি চিঞাহী সে লিখতা হু, বৌ ভি একদম পৰিষ্কাৰ ,নিট এন্দ ক্লিন ।ৰহিমলা ভেবেলি সোনমাই চব আজকল মেৰেকৌ লাইন মাৰত হে অউৰ মেৰে চিঠি কাইন্টেজাৰ কৰতে হে ।আভি মে বহত খুছ হু ।থেংছ তু ইউনিক’ড ।

য়ে বহুতহি কামাল কা প্রডাক্ট হে । আপ ভি ইচকা ইচটেমাল জৰুৰ কিজিয়ে ,মেৰি তাৰাহমাতৃভাষা মে লিখনে কা মজা লিজিয়ে । বটচৌ কৌ ভি সিখায়িয়ে ।
কিউকি ::চিৰ চেনেহী মোৰ ভাষা জননী । জয় আই অসম :: ”

(বি: দ্র: কিবা ভুল ভ্রান্তি হ’লে নবীনক মাফ কৰি দিয়ে যেন )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!