তোমাৰ বাতৰি (ৰূপ গোস্বামী)

তোমাৰ বাতৰি (ৰূপ গোস্বামী)
তুমি নক’লেও…
তুমি অহাৰ বাতৰি কঁহুৱা হৈ উৰে,
আকাশ গোলাপী ৰঙেৰে ভৰে…
মন বসন্তৰ কেতেকী হৈ ফুলে…।
তুমি যোৱাৰ বাতৰি পালেই
নিশাৰ শেৱালি ঠেঁহ পাতি সৰে…
 

One thought on “তোমাৰ বাতৰি (ৰূপ গোস্বামী)

  • January 19, 2012 at 2:57 pm
    Permalink

    dhanyabaad..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!