ন-জোন – বিশাল অনুৰাগ

খবৰ নিদিয়াকৈয়ে ন-জোনটো ওলাল আজি
হাতত ফুটাকড়ি এটাও নাই
বেজী এটা কিনো কিদৰে

ৰক্ষা!
ফিচিকা কামিজটো যে ফিচিকিয়ে সুখী।

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!