কবিতা মাছুৱৈৰ দুখ (- যজ্ঞেশ্বৰ নাথ) July 14, 2014 0 Comments ওৰে দিনটো জালখন লৈ নৈতে কটালে মাছটোহে জালত নপৰে নপৰেহে নপৰে! তথাপিতো মাছুৱৈৰ দুখ নাই ভাবিলে, এহ নৈখনতে মাছ নাই। যেতিয়াই গাৰ বোকা-লেতেৰা ধুই বামত উঠিলে তেতিয়াই এজাক পানী ছিটিকাই মাছটো জঁপিয়াই উঠিলে!