মাছৰ টেঙা আঞ্জা- (সুজাতা পাঠক বৰা)

মানিমুনি, কুমলীয়া চজিনা, আৰু কনবিলাহীৰ সৈতে:

একেবাৰে সাধাৰনভাৱে তৈয়াৰ কৰা আঞ্জা এইখন । কেৰাহীত নাম মাত্ৰ তেল দি মাছখিনি আধাভজা কৰি উঠাই থৈ সেইতেলতে দুফোটামান নহৰু দি চজিনাখিনি দি অলপ নিমখ আৰু হালধী দি দুইমিনিট ভাজি কনবিলাহী মানিমুনি আদি দি অলপ পানীৰে উতলাই লৈ নমোৱাৰ আগত অলপ ধনীয়াপাত দি নমাই থব।

গাৰ্নিছিঙৰ বাবে বিলাহী কেইটামান সামান্য তেলত দি উঠাই সজাইছো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!