ৰগৰ:ধিৰাজ কলিতা

ৰগৰ

লিখক:ধিৰাজ কলিতা

 

(ক)
বাংলাদেশী,বাংলাদেশী
জানা নেহী(মত যাও য়াৰ)
তহঁত গ’লে ভোট দিওঁতা নাই
(প্লিজ) ৰুকো য়হী|

(খ)
নাযাবা নাযাবা আমাক এৰি থৈ
তহঁত গ’লে চকী যাব
দিল্লীতো দু:খ পাব
মাছে মঙহে খাই থাকা আমাৰ চৰুত ঐ|

(গ)
সীমান্তৰ তাৰকাঁটা
কতবাৰ পাৰ হ’লোঁ
তথাপিতো ধৰোঁতা নাই,
ধৰিলেও ধৰিব
মেনেজ হৈ যাব
খোৱাৰ পৰত আমি ভাই ভাই|

(ঘ)
অতিকৈ চেনেহৰ আমাৰ আচাম দেচ
তাতোকৈ চেনেহৰ গগৈ
তাতোকৈ চেনেহৰ আচামৰ হাৱা-পানী
থাকিব নোৱাৰো নগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!