মৌখিকভাৱে প্ৰচলিত সাধুকথা
লিখক : ড.ভূপেন্দ্ৰ শইকীয়া
ক) কৃতজ্ঞতাৰমূল্য : এজন লুভীয়া বৈদ্যৰ কাহিনী
এখন চহৰত এজনবৈদ্যৰ বৰ সুনাম আছিল ৷ এগৰাকী মহিলাৰ একমাত্ৰ সন্তানটিৰ ৰোগ কোনো বৈদ্যৰ চিকিৎসাত ভাল হোৱা নাছিল ৷তেওঁ সন্তানটিক লৈএইজন বৈদ্যৰ ওচৰলৈ আহিল ৷ তিনি চাৰিবাৰ ঔষধ দিয়াত সৌভাগ্যক্ৰমে সন্তানটি আৰোগ্যৰ পথলৈ আহিল৷ প্ৰত্যেকবাৰেই বৈদ্যজনে নগদ ধন লয়৷ মহিলাগৰাকীয়ে এইবাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে এটা পাটৰ মোনা বৈদ্যজনলৈ আগবঢ়ালে৷ বৈদ্যজনে ক’লে উপহাৰৰ সলনি মোক ৰূপ তিনিশ দিয়া৷
← ধনী দেশ, দুখীয়া দেশ (শান্তনু চাংমাই)
দুটা কলহ – প্ৰতিভু দত্ত →