বসন্ত ( বিশাল অনুৰাগ )

তোৰ খোপাৰ সুগন্ধি নাহৰ দেখি
জিৰ্ জিৰ্ কৈ নামিছে মেঘ
সখিয়তী আহ
খুঁটিয়াই খুলি দে খোপা
তিতা চুলিয়েদি বৈ পৰক
হাবিয়লি বাঁহীৰ আতুৰ আঙুলি।

তোৰ খোপাৰ সুগন্ধি নাহৰ দেখি
জিৰ্ জিৰ্ কৈ নামিছে মেঘ
সখিয়তী আহ
খুঁটিয়াই খুলি দে খোপা
তিতা চুলিয়েদি বৈ পৰক
হাবিয়লি বাঁহীৰ আতুৰ আঙুলি।