এই সংখ্যাৰ আঁৰত – অক্টোবৰ, ২০১৫

সম্পাদনা: ৰূপাংকৰ চৌধুৰী।

কাৰিকৰী দিশত: উজ্জ্বল ফুকন, অৰুণজ্যোতি দাস, ৰাজীৱ ৰঞ্জন নাথ, মনজিৎ নাথ, দিগন্ত কুমাৰ ভট্টাচাৰ্য, মৃদুল কুমাৰ শৰ্মা, পংকজ বৰা।

অলংকৰণ: সম্পাদক, নৱ কোঁৱৰ, দিগন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজীৱ ৰঞ্জন নাথ।

বানান পুনঃ নিৰীক্ষণ: অৰুণজ্যোতি দাস, প্ৰিয়ংকা দাস, ধ্ৰুৱজ্যোতি শৰ্মা, মৃদুল কুমাৰ শৰ্মা, ৰাজীৱ ৰঞ্জন নাথ, দিগন্ত কুমাৰ ভট্টচাৰ্য, সম্পাদক।

সাক্ষাৎকাৰ গ্ৰহণ আৰু প্ৰস্তুতকৰণ: সম্পাদক, অনন্ত মোহন শৰ্মা, মিতালী বৰ্মন, ধ্ৰুৱজ্যোতি শৰ্মা, নয়ন মণি হালৈ।

বেনাৰ প্ৰস্তুতকৰ্তা – জয়দীপ চক্ৰৱৰ্ত্তী।

বিশেষ কৃতজ্ঞতা: অসমীয়াত কথা-বতৰা গোটৰ এডমিনসকলৰ (দিগন্ত কুমাৰ ভট্টাচাৰ্য, মিতালী বৰ্মন, মনজিৎ নাথ, ভগৎ লাল দত্ত, পঙ্কজ বৰা, মনোজ মন, অঞ্জল বৰা, উজ্জ্বল ফুকন, সত্যকাম দত্ত) লগতে  সমূহ লেখক-লেখিকা তথা অসমীয়াত কথা-বতৰা গোটৰ সদস্যসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!