তিৱা ভাষাৰ হাতেলিখা ব্যাকৰণ: মহীৰাম বৰদলৈ

তিৱা ভাষাৰ এই ব্যাকৰণখন ১৯৯৬ চনমানৰ সময়ত নগাঁৱৰ কহিগুৰি গাঁৱত দেখা গৈছিল৷ হাতে লিখা এই কিতাপখনত লেখকৰ নাম কঠিৱাতলীৰ মহীৰাম বৰদলৈ বুলি লিখা আছে৷ কহিগুৰিৰ ভাগ্যবান কোঁৱৰৰ সহযোগত ২০১৮ চনত এই কিতাপখন পুনৰ বিচাৰি আগ্ৰহীলোকে পঢ়িব পৰাকৈ সাহিত্যৰ সংগ্ৰহালয়ত যোগ কৰা হয়৷

Click to access TiwaGrammar1.pdf

Click to access TiwaGrammar2.pdf

Click to access TiwaGrammar3.pdf

Click to access TiwaGrammar4.pdf

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments