তিৱা ভাষাৰ হাতেলিখা ব্যাকৰণ: মহীৰাম বৰদলৈ
তিৱা ভাষাৰ এই ব্যাকৰণখন ১৯৯৬ চনমানৰ সময়ত নগাঁৱৰ কহিগুৰি গাঁৱত দেখা গৈছিল৷ হাতে লিখা এই কিতাপখনত লেখকৰ নাম কঠিৱাতলীৰ মহীৰাম বৰদলৈ বুলি লিখা আছে৷ কহিগুৰিৰ ভাগ্যবান কোঁৱৰৰ সহযোগত ২০১৮ চনত এই কিতাপখন পুনৰ বিচাৰি আগ্ৰহীলোকে পঢ়িব পৰাকৈ সাহিত্যৰ সংগ্ৰহালয়ত যোগ কৰা হয়৷
Click to access TiwaGrammar1.pdf
Click to access TiwaGrammar2.pdf