কণী চাউলৰ ক্ষীৰ -(সুজাতা পাঠক বৰা)

কণী চাউলৰ ক্ষীৰ

-সুজাতা পাঠক বৰা

koni-chaular-khir_sujata-pathak-borah

কণীধানৰ পৰা তৈয়াৰী কণীচাউলৰ পায়স অসমীয়া খাদ্যাভাসৰ এক অন্যতম অংগ। অতি সোৱাদপূৰ্ণ এইবিধ খাদ্যৰ জুতি লওক পূজাৰ বতৰত!
প্ৰণালী: ক্ষীৰ তৈয়াৰ কৰাৰ প্ৰণালী একেবাৰে সহজ৷ এক লিটাৰ গাখীৰত ২০০ গ্ৰাম কণী চাউলৰ সৈতে চেনি, ইলাচি দি উতলাওক। ডাঠ হলে কাজু, পিষ্টা,খিচমিচ দি নমাই থ’ব।

সেউজীয়া ৰংটো পিষ্টা ফ্লেভাৰৰ হয়, মই এনেই দিছোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!