কণী চাউলৰ ক্ষীৰ -(সুজাতা পাঠক বৰা)
কণী চাউলৰ ক্ষীৰ
-সুজাতা পাঠক বৰা
কণীধানৰ পৰা তৈয়াৰী কণীচাউলৰ পায়স অসমীয়া খাদ্যাভাসৰ এক অন্যতম অংগ। অতি সোৱাদপূৰ্ণ এইবিধ খাদ্যৰ জুতি লওক পূজাৰ বতৰত!
প্ৰণালী: ক্ষীৰ তৈয়াৰ কৰাৰ প্ৰণালী একেবাৰে সহজ৷ এক লিটাৰ গাখীৰত ২০০ গ্ৰাম কণী চাউলৰ সৈতে চেনি, ইলাচি দি উতলাওক। ডাঠ হলে কাজু, পিষ্টা,খিচমিচ দি নমাই থ’ব।
সেউজীয়া ৰংটো পিষ্টা ফ্লেভাৰৰ হয়, মই এনেই দিছোঁ৷