হাইকু- অংকুৰ শইকীয়া

দৃশ্যবোৰ

শেষ হাঁহিৰে
নাৱৰীয়াৰ নাও
সন্ধ্যা সীমান্ত
—-
প্ৰাচীন সুৰ
শেলুৱৈ ভৰা দুখ
নতুন বাট
—-
সোণাৰু ফুল
পশ্চিম দিগন্ত ছৈ
ঢৌ তোলা নদী
—-
সমস্ত সুখ
আকাশ আৰু নদী
এখোজ আকৌ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!