ই-কিতাপ কুঁহিপাঠ ১ম খণ্ড December 14, 2013March 10, 2021 25 Comments Kuhipath 1st Edition by Satyakam Dutta
very good.
২১, ২২, ২৩, আৰু ২৪ নং পৃষ্ঠাকেইটা আপলোড হোৱা নাই । অনুগ্ৰহ কৰি উক্ত পৃষ্ঠাকেইটা সংযোজিত কৰিলে কৃতাৰ্থ হ’ম ।
বহূ বছৰৰ পাছত কুঁহিপাঠ ১ম খণ্ড খন দেখি বৰ ভাল লাগিল 🙂
very good work
খুউব ভাল লাগিল।
Val paisu.thanks
কুহিপাঠবোৰ দেখি মোৰ লৰালিকালৰ প্ৰাথমিক বিদ্যালয়লৰ কথা মনত পৰি গল। আজিকালি এইবোৰ কিতাপ নাই। খুব ভাল লাগিল এই কুহিপাঠবোৰ দেখি। সৰুকালত পঢ়া কিতাপবোৰ আজি দেখা পাই। ধন্যবাদ-
PDF file হিচাপে প্রকাশ কৰিলে আনন্দিত হ’ম ।
কুঁহিপাঠ দেখি স্মৃতিকাতৰ হৈ পৰিলোঁ।
Comment text..কুঁহিপাঠ খন পুনৰ বিদ্যালয়ত প্ৰতিষ্ঠা কৰিব লাগে কাৰণ 99% শতাংশ অসমীয়াৰ জীবন জড়িত হৈ আছে
Horu kalor kotha bur hiat bahi ohat hai din booroloi ubhoti jaboloi mon goise
Bhal lagil
কবিতা
কুহিঁপাত কেইখন দেখি খুব ভাল লাগি গল
কুঁহিপাত কিতাপ কেইখন দেখি অতীতৰ স্মৃতিৰ মাজত ডুব গলো ।
কুঁহিপাঠ খনে ই শিশু কালত আখৰ জোঁটনিৰ অতি সাৱলীল ,উপ যুক্ত শিক্ষাৰ সমল।
কুঁহিপাঠ খনে ই শিশু কালত আখৰ জোঁটনিৰ অতি সাৱলীল ,উপ যুক্ত শিক্ষাৰ সমল।
কুঁহিপাঠ কিতাপবোৰ চাইথাকোতে মোৰ লৰালিকাল ওভতি অহা যেন লাগিল।
ভাল লাগিল পঢ়ি,,,অতীতৰ মধু সোঁৱৰণি ,,,,
দেখি আৰু পঢ়ি খুবেই ভাল লাগিল। ধন্যবাদ
এই কিতাপ খন মোৰ অতি প্ৰিয় আছিল।বেটুপাত খন চালে অতীতৰ কথাবোৰ মনত পৰে ।
ল’ৰালিৰ সময় জীপাল হৈ পৰিল।সুন্দৰ প্ৰচেষ্টা
সৰুতে পঢ়া কিতাপৰ পৃষ্ঠাবোৰ দেখি আৰু পঢ়ি বাল্য়কাললৈ মনত পৰিছে, ধন্য়বাদ .
প্ৰশংসনীয় পদক্ষেপ । বহুত বহুত ধন্যবাদ ।
পাঠবোৰ পঢ়ি চকুলোক বাধা দিব নোৱাৰিলো ৷