Subscribe
Notify of
24 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
rana bhabani
8 years ago

very good.

দীপাংকৰ পাঠক
8 years ago

২১, ২২, ২৩, আৰু ২৪ নং পৃষ্ঠাকেইটা আপলোড হোৱা নাই । অনুগ্ৰহ কৰি উক্ত পৃষ্ঠাকেইটা সংযোজিত কৰিলে কৃতাৰ্থ হ’ম ।

7 years ago

বহূ বছৰৰ পাছত কুঁহিপাঠ ১ম খণ্ড খন দেখি বৰ ভাল লাগিল 🙂

dr u barman
6 years ago

very good work

Manisha
6 years ago

খুউব ভাল লাগিল।

bulton bora
6 years ago

Val paisu.thanks

ৰাজীৱ
6 years ago

কুহিপাঠবোৰ দেখি মোৰ লৰালিকালৰ প্ৰাথমিক বিদ্যালয়লৰ কথা মনত পৰি গল। আজিকালি এইবোৰ কিতাপ নাই। খুব ভাল লাগিল এই কুহিপাঠবোৰ দেখি। সৰুকালত পঢ়া কিতাপবোৰ আজি দেখা পাই। ধন্যবাদ-

ৰাহুল আনন্দ
6 years ago

PDF file হিচাপে প্রকাশ কৰিলে আনন্দিত হ’ম ।

কিশোৰ চৌধুৰী
6 years ago

কুঁহিপাঠ দেখি স্মৃতিকাতৰ হৈ পৰিলোঁ।

Anonymous
5 years ago

Comment text..কুঁহিপাঠ খন পুনৰ বিদ্যালয়ত প্ৰতিষ্ঠা কৰিব লাগে কাৰণ 99% শতাংশ অসমীয়াৰ জীবন জড়িত হৈ আছে

moniruzzaman
5 years ago

Horu kalor kotha bur hiat bahi ohat hai din booroloi ubhoti jaboloi mon goise

Anonymous
5 years ago

Bhal lagil

5 years ago

কবিতা

Anonymous
4 years ago

কুহিঁপাত কেইখন দেখি খুব ভাল লাগি গল

Anonymous
4 years ago

কুঁহিপাত কিতাপ কেইখন দেখি অতীতৰ স্মৃতিৰ মাজত ডুব গলো ।

Anonymous
3 years ago

কুঁহিপাঠ খনে ই শিশু কালত আখৰ জোঁটনিৰ অতি সাৱলীল ,উপ যুক্ত শিক্ষাৰ সমল।

Gauri Hazarika
3 years ago

কুঁহিপাঠ খনে ই শিশু কালত আখৰ জোঁটনিৰ অতি সাৱলীল ,উপ যুক্ত শিক্ষাৰ সমল।

Anonymous
3 years ago

কুঁহিপাঠ কিতাপবোৰ চাইথাকোতে মোৰ লৰালিকাল ওভতি অহা যেন লাগিল।

নয়ন
3 years ago

ভাল লাগিল পঢ়ি,,,অতীতৰ মধু সোঁৱৰণি ,,,,

sanjib sarma
3 years ago

দেখি আৰু পঢ়ি খুবেই ভাল লাগিল। ধন্যবাদ

3 years ago

এই কিতাপ খন মোৰ অতি প্ৰিয় আছিল।বেটুপাত খন চালে অতীতৰ কথাবোৰ মনত পৰে ।

নবনীতা
2 years ago

ল’ৰালিৰ সময় জীপাল হৈ পৰিল।সুন্দৰ প্ৰচেষ্টা

Bipul Rabha
1 year ago

সৰুতে পঢ়া কিতাপৰ পৃষ্ঠাবোৰ দেখি আৰু পঢ়ি বাল্য়কাললৈ মনত পৰিছে, ধন্য়বাদ .

Anonymous
1 year ago

প্ৰশংসনীয় পদক্ষেপ । বহুত বহুত ধন্যবাদ ।