ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

মাইক্ৰ’ কাহিনী – আব্দুল ৰাকিব

তাইক দিব নেলাগে ….

বিশ্ব সাক্ষৰতা দিৱস উপলক্ষে আয়োজন কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ উদ্যোক্তাজনে অনিমাৰ সন্মুখতো ’আৰ্ট পেপাৰ’ খন দি যোৱা দেখি ৰক্তিমৰ মাকে চিঞৰি উঠিল।তাই ৰক্তিমৰ পেঞ্চিলৰ বাকচ আৰু পানী বটলতো ধৰি দিবলৈহে আহিছে।এইবোৰৰ তলানলা কি বুজিব! ! !

অনিমা সাক্ষৰ নহয়…….৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!