মৌচুমী ভূঞা চৌধুৰীৰ পি এইচ ডি ডিগ্ৰী লাভ


অসমীয়াত কথা-বতৰা গোটৰ (বিশেষকৈ নাট্য গোটৰ) সক্ৰিয় সদস্যা শ্ৰী মতী মৌচুমী ভূঞা চৌধুৰীয়ে জাৰ্মানীৰ ৰিগেনচবুৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ণ বিজ্ঞান বিষয়ত “Synthesis and Exploration of Functionalized Zinc(II) and Terbium(III) complexes as Molecular Probes” শীষৰ্ক গৱেষণা গ্ৰন্থৰ বাবে সুখ্যাতিৰে পি এইচ ডি ডিগ্ৰী সম্পন্ন কৰিছে৷ তেওঁ সেই বিশ্ববিদ্যালয়ৰ অধ্যাপক Prof. Burkhard Koenig ৰ তত্বাবধানত গৱেষণা কৰিছিল৷ গুৱহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ স্নাতক, আই আই টি গুৱাহাটী আৰু আই আই টি কাণপুৰৰ প্ৰাক্তন ছাত্ৰী মৌচুমীয়ে এতিয়া নেদাৰলেণ্ডৰ VuMc and Philips research ত গৱেষক বিজ্ঞানী হিচাপে যোগদান কৰিব৷ তেঁও গুৱাহাটী নিৱাসী শ্ৰী যুতা মীনা বৰুৱাৰ কণ্যা আৰু আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ বৰুণ ডি চৌধুৰীৰ পত্নী৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!