অনুৰণনঃ জ্য়ন্ত আকাশ বৰ্মন

 

তুমি অলপ অপেক্ষা কৰিব নোৱাৰা নে? মোৰ শপত৷ এটি ক্ষণ মাত্ৰ? ? ?

আজি যদি মই ৰওঁ, তুমিয়েই কাইলৈ মোক নকবা নে অবিশ্বাসী বুলি?

জেপত ভৰাই তুমিয়েই মোক মেৰামতি কৰিবলৈ লৈ নাযাবা নে? -ঘড়ীটোৱে ক’লে.

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!