ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

মেৰী বিস্কুটৰ পেৰা: (-স্মিতা শৰ্মা)

 

মেৰী বিস্কুট:১০টকীয়া পেকেট এটা(মিহিকৈ গুৰি কৰা)

পাউদাৰ গাখীৰ:১০টকীয়া পেকেট ২টা

চেনী:আধা কাপ

ইলাইচি:৫টা(ভালকৈ গুৰি কৰা)

pera

প্ৰণালী:চেনী আৰু ইলাইচি গুৰি খিনি এককাপ পানী দি অলপ উতলাই চেনী পানীৰ মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগিব।এতিয়া বিস্কুটৰ গুৰি আৰু পাউদাৰ গাখীৰ খিনি ভালকৈ মিহলা লৈ চেনী মিশ্ৰণ খিনি দি ভালকৈ মথি লৈ সৰু সৰু লাড়ু কৰি লাড়ুবোৰ আঙুলিৰে সামান্য চেপেটা কৰি পেৰাৰ আকৃতি দিয়ক আৰু এই বিহুৰ বতৰত বিস্কুটৰ পেৰাৰ সুৱাদ লওঁক।

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
baba
6 years ago

ঘৰত বনালে । খাবলৈ বৰ জুতি লগা হৈছে ॥

Copying is Prohibited!