||শ্ৰীকৃষ্ণায় নমঃ||

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্ত্তন পুথিৰ ইউনিক’ড ৰূপান্তৰণ :
শ্ৰী মন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজীৰ প্ৰকৃত প্ৰচাৰ, প্ৰসাৰ বা মূল্যাংকণ হোৱা নাই বুলি সততেই আলোচনা, সমালোচনা হোৱা দেখা যায় ৷ তাৰ বাবে কিন্তু আগভাগ লৈ ওলায় অহা মানুহৰ সংখ্যা নগণ্য ৷ অসমীয়াত কথা-বতৰা গোটৰ মাননীয় সদস্য সকলে যোৱা মাত্ৰ এটা বছৰৰ ভিতৰতে সংগঠিত বৌদ্ধিক সামৰ্থ্যৰে কেইবাটাও সৰু-সুৰা কাম আৰম্ভ বা সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে ৷ কেৱল আলোচনা-সমালোচনাতেই সীমাবদ্ধ নাথাকি ভৌগোলিক পৰিসীমাক নেওচি গঠনমূলক কামৰ আৰ্হি দেখুৱাইছে ৷ আকৌ এবাৰ সংগঠিত শক্তিৰে এটা পবিত্ৰ কাম হাতত লোৱা হৈছে ৷

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্ত্তন পুথিভাগক অসমীয়াত কথা-বতৰা গোটৰ সদস্য সকলে সদস্য সকলে স্বেচ্ছামূলক অৱদানেৰে ইউনিক’ড ৰূপান্তৰণ আগবাঢ়ি আহে৷ সকলোৱে মিলি এই পৱিত্ৰ পুথিভাগীক ইন্টাৰনেটত ইউনিক’ডৰ মাধ্যমেৰে উপলব্ধ কৰোৱা হ’ল৷ কোনোৱে এই বিনামূলীয়া ইউনিক’ড  ভাগক ব্যৱহাৰ কৰিলে অসমীয়াত কথা-বতৰা গোট তথা সাহিত্য ডট্ অৰ্গৰ উৎস উল্লেখ কৰিলে স্বেচ্ছাসেৱক সকলৰ শ্ৰমক সন্মান জনোৱা হ’ব৷

সুবিধাৰ বাবে পুথিভাগৰ অধ্যায়সমূহক একো একোটা পৃথক ৱেবপৃষ্ঠা হিচাপে উপস্থাপন কৰা হ’ল৷ অজানিত ভুল ত্ৰুটীৰ বাবে ক্ষমা বিচাৰি

সেৱাৰে

স্বেচ্ছাসেৱক সকল:

হিমজ্যোতি তালুকদাৰ
ধ্ৰুৱজ্যোতি শৰ্মা
অৰ্ণৱ মুকুট বৰুৱা
মিণ্টু বৰগোঁহাই
প্ৰদ্যুৎ জ্যোতি শইকীয়া
জ্যোতি প্ৰকাশ নাথ
প্ৰতিম প্ৰতাপ বৰুৱা
দেৱব্ৰত গগৈ
ৰিদিপ কুমাৰ নাথ
ৰুনাব কাঁ
চন্দ্ৰমা কলিতা
ধনজিৎ কলিতা
আফটাৰ হুছেইন চৌধুৰী
আদিত্য ৰঞ্জন দত্ত
দিগন্ত শইকীয়া
কৌশিক বৰা
বিশ্বজিৎ নাথ
ঈশান জ্যোতি বৰা
ৰণজিৎ কুমাৰ বৰা
দ্বিজেন মহন্ত
মনদীপ শইকীয়া
বনজীৎ পাঠক
জলি বৰা
দীপা ডেকা
মালিনী গোস্বামী
মিতালী বৰ্মন
ধীৰাজ কলিতা
মঞ্জিল কোঁৱৰ

অজয় লাল দত্ত

পংকজ বৰা

সমন্বয়ৰক্ষক: পংকজ বৰা

কাৰিকৰী বিশেষজ্ঞ: ভগত লাল দত্ত, ত্ৰিদিপ কুমাৰ বৰুৱা

বিশেষ কৃতজ্ঞতা:
ব্যৱহৃত পুথিভাগীৰ মূল প্ৰকাশক: শ্ৰী মন্ত শংকৰদেৱ সংঘ

পুথিভাগৰ পিডিএফ যোগান ধৰোঁতা: ডঃ জগত চন্দ্ৰ কলিতা

মাননীয় সম্পাদক ডাঙৰীয়া, http://www.atributetosankaradeva.org/

 

শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নাম-ঘোষাৰ বাবে ইয়াত ক্লিক্ কৰক

 

 

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্ত্তন পুথি

||শ্ৰীকৃষ্ণায় নমঃ||

|| শ্লোক||

কৃষ্ণায় ৱাসুদেৱায় দেৱকীনন্দনায় চ|

নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ||

নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে|

নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে||

ৱসুদেৱসুতং কৃষ্ণং কংসচাণূৰমৰ্দ্দনম্‌|

দেৱকীহৃদয়ানন্দং কৃষ্ণং ৱন্দে জগদ্‌গুৰুম্‌||

হৰি ৰাম ৰাম||

মূকং কৰোতি ৱাচালং পঙ্গুং লন্দ্ৰয়তে গিৰিম্‌|

য়ৎকৃপা তমহং ৱন্দে পৰমানন্দ মাধৱম্‌||

 

* কীৰ্ত্তন ঘোষাৰ অধ্যায় সমূহ পঢ়িবলৈ তলৰ কীৰ্ত্তন ঘোষা লিংকটোত ক্লিক্ কৰক৷

Subscribe
Notify of

8 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
10 years ago

We thank the noble members of XAHITYA profusely for this splendid job done.
Indeed you yourselves have been part of one of the most exciting, momentous and epoch-making (not to mention infinitely satisfying) ventures of all times.
May the Guru bless all XAHITYA members, may you touch the peak of success in your noble endeavor to UNICODE *all* the Works of the Two Gurus and all the other saint-poets of the Sankaradeva Movement.

Thank you. Krishna.

Pulin Kalita
10 years ago

You have done a great job. No word is sufficient to give thanks to you. We the Assamese spend most of our time in vein, especially in negative thaughts. In a situation of despair you make busy yourself in this great job.In my view,(who I am to have or show view?) it is the next greatjob as the compilatlation of Kirtan Ghosa.

Karunakanta Roy Manikpur,Bongaigaon
10 years ago

You are hereby thanked for your noble and great works.

10 years ago

Respected Editor,
XAHITYA

This is to inform you that some ‘boxes’ (associated with font-rendering problem) are noticed in the page ARCHIVE: কীৰ্ত্তন ঘোষা under
‘প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ’

10 years ago

This is a noble work. No words to express……….

8 years ago

আপোনা লোকর এই কার্যক আমি কৃতজ্ঞতা জ্ঞাপন করিছো।

যোগেশ্বৰ
6 years ago

ভাল পালো বহু দিনৰ পৰা বিছাৰি আছিলো

যোগেশ্বৰ
6 years ago

ভাল পালো বহু দিনৰ পৰা বিছাৰি আছিলো

Copying is Prohibited!