অনিশ্চয়তা: কৌস্তুভমণি শইকীয়া দত্ত

আই অ’ !
আঁচলত বান্ধি থ মোৰ জীউটো..
ক’ত বা কেনেকৈ হেৰায় !
হেৰুৱাৰ বেদনাত তই বোবা হ’লে
মাতিব কোনেনো সুখৰ ঘুমটি
নিচুকনি গাই ?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!