কবিতা আপেক্ষিক ( মৃণাল পি জ্যোতি ) December 15, 2015 0 Comments লোড শ্বেডিঙৰ সময়ত এদিন চুই চাইছিলো নৈপৰীয়া ঘাট তুমি মম এডাল জ্বলাই দিলা অপাৰ হেঁপাহেৰে ভালপোৱা উদ্ভাসিত হৈ ৰ’ল.. বুকুৰ বনৰীয়া সপোন এটা গলি শেষ হ’ল!