এটি কৌতুক (প্রভাস নাথ)

এটি কৌতুক
প্রভাস নাথ

গ্ৰাহক- হেৰি বহী আছে নেকি?
দোকানী- হয়, বহি আছোঁ ৷
গ্ৰাহক-(খঙত) নহয় হে, আপোনাৰ দোকানত বহী আছে নেকি?
দোকানী- হয়, মোৰ দোকানতে বহি আছোঁ ৷

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!