কবিতা (প্ৰণৱজ্যোতি দাস )


কবিতা
প্ৰণৱজ্যোতি দাস
মাতাল ৰাতিবোৰ,
শব্দৰ বুজনি নঙঠা টোকাবহী,
হেৰুৱা প্রেমিকাক বিচাৰি।
 
প্রেমিক কবিৰ বুকুত
শব্দই উচুপে ৰাতি ৰাতি
বন্দী নকৰিবা নঙঠা টোকাবহীত।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!