ৰহঘৰা কামোৰ:পাৰ্থ পি. শৰ্মা September 15, 2012 0 Comments কামোৰ লিখক:পাৰ্থ পি. শৰ্মা ল’ৰা: পেন আছে? ছোৱালী: নাই৷ ল’ৰা: পেন আছে পেন? ছোৱালী: নাই বুলি কলোঁ নহয়৷ ল’ৰা: পেন আছে নেকি পেন, পেন? ছোৱালী: কেইবাৰ কব লাগে নাই বুলি? ল’ৰা: পেন আছে নেকি পেন যে পেন? ছোৱালী: কুঠাৰেৰে মুৰ ফালি দিম চিনি পোৱা নাই৷ কেইবাৰ কব লাগে নাই বুলি? ল’ৰা: কুঠাৰ আছে নেকি? ছোৱালী: নাই৷ ল’ৰা: পেন আছে নেকি পেন? (পেন = কলম, বহুতে পেইন বুলি কয়৷) (বান্ধৱী এগৰাকীৰপৰা)