চকুলোতে : বুবুল কলিতা

চকুলোতে..

ইতিহাসৰ নৈ বৈ আহে এখন …
অন্তহীন শব্দৰ মেৰপাক জালে মেৰিয়াই
তৰপে তৰপে আৰু তৰপ একালৰ ৰঙা দুগাল
পিতনিতে পুৰণি বুৰঞ্জী, সহস্ৰ সমাধি সুখৰ খাল
উপহাস উপচাই
নামি আহে মৌনতা নিৰ্লজ পৰাজয়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!