টঙিঘৰ ( বিজয় বেজবৰুৱা )

Tongi Ghar_Bijpy Bezbaruah

মোৰ
দুখৰ টঙিঘৰত
কুৰুলিয়াই থাকে
এটা
আবেলি৷

লচ্-পচ্
শইচৰ ভৰত
গাভিনী গাভিনী
তাইৰ গা৷

তোমাৰ
পদুমী হাতত
তাই এটা
চেঁচা জোন!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!