কবিতা তিনিটা সৰু কবিতা (নিবেদিতা বৰুৱা ফুকন) August 14, 2013 0 Comments তিনিটা সৰু কবিতা এক: ঠেঁটুৱৈ লগা জাৰ ধাৰাষাৰ বৰষুণ বাহিৰত এজাক নাঙঠ শিশুৰ কলকলনি দুই: ঘৰমুৱা পক্ষীৰ গীত পাহাৰৰ সিপাৰে বেলি ডুবিছে অতীত ৰোমন্থন জোনৰ পোহৰত তিনি: ক্ৰমে কমি আহিল জোনৰ পোহৰ মহিলাৰে ভৰা কোঠাটোত সৰুকৈ বাজি থাকিল ৰেডিঅ’ৰ কৰুণ ৰাগ